barsha goswami torali şarkı sözleri
অ' মোৰে তৰালি তই মোকে ভূলালি
অ' মোৰে জোনালী তই মোকে ভূলালি,
ইমান মৰম দিলো তোকে পাহৰিব নোৱাৰি
হীয়া ঢালি মৰম দিলো, বুজি কিয় নাপালি
পাহৰি যোৱা নাই
এৰিব পৰা নাই ঐ---তোকে।
ইমান মৰম দিলো তোকে বুজি কিয় নাপালি।
অ' মোৰে তৰালি তই মোকে ভূলালি।।।
অ' অ' অ' অ' অ' অ'
অ' অ' অ' অ' অ' অ'
মিছাই ভাবিছ তেনেকৈ
তোক মই এৰি যোৱা নাই অ' অ' অ'
মিছাই ভাবিছ তেনেকৈ
তোক মই এৰি যোৱা নাই
ইমান মৰম কিয় বাৰু যাচিলি চেনাই মোক
ইমান মৰম কিয় বাৰু যাচিলি চেনাই মোক
কিদৰে পাহৰোঁ তোক চেনাই
কিদৰে পাহৰোঁ তোক।।
অ' মোৰে তৰালি তই মোকে ভূলালি।।।
অ' মোৰে জোনালী তই মোকে ভূলালি, (এইবাৰ বহাগত বিহুৰে তলিতে মনৰে কথাবোৰ খুলি, ভাবিছো এইবাৰ তোকে লৈ কৰিম মই সুখৰে সংসাৰখনি।) নাচনী ঐ••••••• তোৰে জানো মোলৈ বাৰু মৰম আছেনে তোৰে কথা ভাবিলে মোৰ চকুলো সৰে। ৰাতি ফুলে শেৱালি মনত পৰে তৰালি তোৰে কথা ভাবি মোৰ নিশা নাহে টোপনি, আজি বিহুৰ তলিত সুধিছো তৰালি সচাঁকৈয়ে ক'বি মনৰে কথাটি তোৰে মৰমীয়াল কোন
তোৰে মৰমীয়াল কোন।।। অ' মোৰে তৰালি তই মোকে ভূলালি। অ' মোৰে জোনালী।।।। (এইবাৰ বিহুতে নিমে মই পলোৱাই ন'হলে জীৱনটো বৃথা মনৰে কথাবোৰ খুলি তই নক'লে মনতে থাকিব বেথা। ) এইবাৰ বিহুৰ তলিত কি সাজে শুৱাব মোক বিহু মৰাৰ চলেৰে মই মনৰ কথা খুলি কম তোক ইমান মৰম কিয় লাগে নাজানো মই চেনাই তোক ইমান মৰম কিয় লাগে নাজানো মই চেনাই তোক কিদৰে বুজাওঁ মই তোক চেনাই কিদৰে বুজাওঁ মই তোক।।। এ এ এ এ এ এ•••••••• অ' অ' অ' অ' অ' অ'•••••• নাচনী ঐ••••••• সচাঁই জানো মোলৈ বাৰু মৰম আছেনে চিৰদিনে থাকিবিনে মোৰে কাষতে, বিহুৰেনো তলিলৈ অকলশৰে আহিবি বিহু মৰাৰ চলেৰে বুকুৰ মৰম যাঁচিবি বিহুৰে তলিতে থাকিম মই অকলে, বাটে চাই থাকিমে ৰৈ বাটে চাই থাকিমে ৰৈ।।। অ' মোৰে চেনাইটি তই মোকে ভূলালি। ইমান মৰম দিলো তোকে পাহৰিব নোৱাৰি ঐ
ইমান মৰম দিলো তোকে পাহৰিব নোৱাৰি।।।।

