d vibe$ 2025 şarkı sözleri
কবি মই অসমৰ
লিখিছোঁ কবিতা
কবি মই অসমৰ
লিখিছোঁ কবিতা
Boney bust the track (Skrt skrr)
লিখিব বহিলে লিখি দিওঁ যি হৃদয়ৰ মাজতে চলি আছে, চলি আছে
মই কবি অসমীয়া drill ৰে feel মোক অলপমান কৰিবা বে, কৰিবা বে
চেষ্টা আগৰেই পৰায়ে কৰিছোঁ মই আজি সেইবাবে ইয়াতে, ইয়াতে
2025 আহি পালোঁ তথাপিও শান্তি নাইযে ইয়াতে, ইয়াতে
ভাৱনাত বৈ যাওঁ সকলো এৰি মই নিজতে অজানিতে, অজানিতে
ৰহস্য আছে বহুতো বুজিব জীৱনৰ শেষতো নহয়যে, শেষতো
নালাগে আনিব সুখৰে বতৰা দুখতে বেচি মই ভাল হয়, ভাল হয়
কব গলে বহু কথা আছে কব but মই নকওঁ তোমাকে, তোমাকে
বুজিলো আগতে চলিছিল গান
এতিয়া চলিব drill, drill
মই নহয় অসমৰে Central Cee
But মই দি আছোঁ hits, hits
Sometime মই নিজৰে flow তে
গুচি যাওঁ বহুত deep, deep
মোৰ বনাব গান আছে so
মই নকৰো chill, chill
লিখিব বহিলে লিখি দিওঁ যি হৃদয়ৰ মাজতে চলি আছে, আছে
মই কবি অসমীয়া drill ৰে feel মোক অলপমান কৰিবা বে, অলপমান
চেষ্টা কৰিছোঁ আগৰেই পৰায়ে মই আজি সেইবাবে ইয়াতে, ইয়াতে
2025 আহি পালোঁ তথাপিও শান্তি নাইযে ইয়াতে, ইয়াতে
মন্ত্ৰ জীৱনৰ এইটোৱেই কৰিব লাগিব কাম, কাম
ভালদিন অহাৰ আগতে বেয়াদিন থাকিব ভায়, ভায়
Simple কথাবোৰ যদিহে বুজাব নোৱাৰা নিজকে, নিজকে
Control কৰিব সকলোৱে বেয়াকে তোমাকে, তোমাকে
বেয়াকে কৰিব control তোমাকে, yeah
সেইবাবে নিজকে careful ৰাখিবা, woah
বেয়াকে কৰিব control তোমাকে, yeah
সেইবাবে নিজকে careful ৰাখিবা, woah
ৰাখিবা নিজকে careful, careful
You know what I mean, you know
ৰাখিবা নিজকে careful, careful
You know what I mean, yeah
লিখিব বহিলে লিখি দিওঁ যি হৃদয়ৰ মাজতে চলি আছে, আছে
মই কবি অসমীয়া drill ৰে feel মোক অলপমান কৰিবা বে, অলপমান
চেষ্টা কৰিছোঁ আগৰেই পৰায়ে মই আজি সেইবাবে ইয়াতে, ইয়াতে
2025 আহি পালোঁ তথাপিও শান্তি নাইযে ইয়াতে, ইয়াতে
ভাৱনাত বৈ যাওঁ সকলো এৰি মই নিজতে অজানিতে, অজানিতে
ৰহস্য আছে বহুতো বুজিব জীৱনৰ শেষতো নহয়যে, নহয়যে
নালাগে আনিব সুখৰে বতৰা দুখতে বেচি মই ভাল হয়, ভাল হয়
কব গলে বহু কথা আছে কব but মই নকওঁ তোমাকে, তোমাকে
বৈ যাবলে এতিয়াও ভাবনাত অলপো সময় নাই, নাই
Fucks বোৰ দিবলে আজিমোৰ কাকোৱেই মন নাই, নাই
সময়ৰ লগতে চলিছোঁ কতো মই ৰখাযে নাই, নাই
Bitch মই chase কৰিছিলোঁ আগতে নাজানো why, why
নাজানো why, yeah
নাজানো why, ya
নাজানো why