d vibe$ arombhoni şarkı sözleri

মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় যদিহে মোক বুজিব আছে ধৰ্য্য ৰাখিব লাগিব কাৰণ মই আছো তাতেই কবলে বহুকথা আছে সেইবাবে মই লিখি দিলো ৰচনা সময়ৰ জীৱনত সূৰ মই ঢালি দিলো আৰু মই কি পালো বেচিবোৰ হেৰালোঁ চলনা সকলোত সাৱধান কৈ দিলো পিচত কি হব আছে নেজানো কিন্তু careful এতিয়াৰ পৰাই হৈ গলো, ayh মই বাৰু কোন, ay মই বাৰু কোন, ay মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মোৰ পৰিচয় মোৰ সকলো গানতে আছে মোৰ শেষ দিন মোৰ ভাবনতে আহে উজতি খাই মই কৰিছো grow up শিকিচো Lessons বোৰ নতুন কৈ পাই আছো সদাই কি হব এই পৃথিবীৰ মইটো নেজানো F*ck the পৃথিৱী মাৰিছে গানেদি ভাবিলে ভালটো লাগে সপোনত মোৰতো আহেই এইবোৰ দিঠকত আনিম চেষ্টা লগতে থাকেই Yeah মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয় মই বাৰু কোন, ay মই বাৰু কোন হয়
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 2:09
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı