d vibe$ axom lifestyle şarkı sözleri

YS Finna Killem Beat Star you made this (yeah yeah) অকণমান gangstar আৰু অলপমান মই distant, diss Shortlist কৰিছোঁ you know কোন আছে, কোন আছে .40 on my deck shine কৰি আছে, কৰি আছে I feel like Slime Shady bars ওলাই আছে, ওলাই আছে Rap ৰ মন্ত্ৰ মুখৰ পৰা উলাইছে, উলাইছে নিজৰ বুলি কব গলে music আছে, আছে নিশাচৰ প্ৰাণী দিনতে নোলাৱেই, নোলাৱেই বনাই আছো money নবনাও মই bitches, no Guwahati ৰ scene বেয়া চলি আছে, sorry যেতিয়ালৈকে মই নাছিলোঁ ইয়াতে, yeah yeah অহা নাই মই represent কৰিব pincode, straight up গোটেই অসম cover কৰিম আছে network, it's lit মই কৰা নাই claim, মই আছিলোঁ game ত যেতিয়া start হৈছিলে, yeah কিছুমান mafakars stole my beat pay back কৰাতো নাছিলে, no মোৰ নাম rich key আছিলে, yeah Beats মোৰ crazy আছিলে, so Melodic হৈও মই trap অতে, woah $ সোমাইছে বেংকতে, yeah অকণমান gangstar আৰু অলপমান মই distant, distant Ay ay Shortlist কৰিছোঁ you know কোন আছে, কোন আছে Ay ay অকণমান gangstar আৰু অলপমান মই distant, diss Shortlist কৰিছোঁ you know কোন আছে, কোন আছে .40 on my deck shine কৰি আছে, কৰি আছে I feel like Slime Shady bars ওলাই আছে, ওলাই আছে Rap ৰ মন্ত্ৰ মুখৰ পৰা উলাইছে, উলাইছে নিজৰ বুলি কব গলে music আছে, আছে নিশাচৰ প্ৰাণী দিনতে নোলাৱেই, নোলাৱেই বনাই আছো money নবনাও মই bitches, bitches নবনাও মই আৰু bitches মোৰ মন নাই, মন নাই সামৰণি হব but I never found love, never Loyal থাকি ফালেও মইটো দেখিলোঁ, yeah Heartbreak city ত পুনৰ ঘুৰি আহিলোঁ, again Mentally exhausted আৰু নোৱাৰো, no টকাতকৈও বেচি matter কৰে power বোৰ, ay Axom lifestyle keep কৰোঁ তেজত মোৰ, for real Gang নহয় আমি, আমি হলো যুদ্ধাৰো, straight up Gang নহয় আমি, আমি হলো যুদ্ধাৰো, for real Fight back কৰোঁ মৰাৰ care নকৰোঁ, straight up Gang নহয় আমি, আমি হলো যুদ্ধাৰো, for real Fight back কৰোঁ মৰাৰ care নকৰোঁ, straight up অকণমান gangstar আৰু অলপমান মই distant, distant Shortlist কৰিছোঁ you know কোন আছে, কোন আছে .40 on my deck shine কৰি আছে, কৰি আছে I feel like Slime Shady bars ওলাই আছে, ওলাই আছে Rap ৰ মন্ত্ৰ মুখৰ পৰা উলাইছে, উলাইছে নিজৰ বুলি কব গলে music আছে, আছে নিশাচৰ প্ৰাণী দিনতে নোলাৱেই, নোলাৱেই বনাই আছো money নবনাও মই bitches No way, no way No way, no way
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:10
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı