d vibe$ bhul koru şarkı sözleri

বাৰে বাৰে মই ভুল কৰোঁ (ভুল কৰোঁ) মই ভুল কৰোঁ Jvryo this is great… (ভুল কৰোঁ) মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah) মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah) মই পৰিযাওঁ to the floor কোনো নাহে (কোনো নাহে) Life saver বুলি কবলে নাছিলে (নাছিলে) I was high in my pain burry সকলোতে (সকলোতে) দেউতাই কৈছিলে নাজাবি দুৰলে আজিতো মইজে আছোঁ বহু দূৰ (বহু দূৰ) কথা মোৰ লৰালিৰে মই আছিলোঁ good (yeah, yeah) কিছুমান সপোন লৈ মই ৰাওনা to the moon (to the moon) Pray কৰি আছোঁ যাতে মই ঘুৰি আহো (আহো) নাই আজি ঘৰ মোৰ নাই আজি ঠিকনা মই হলো মুক্ত মোৰ নাই বেদনা মই মোক ভালপাও নহয় কথা সঁচা নিজকে মাৰিছো আৰু নাই পৰা জীৱনত turning point's আহি আছে (yeah) মই সাহসী মোৰ ভয় নেলাগে (নেলাগে) তথাপিও চিন্তা মোৰ যে আগতে (আগতে) আৰু মোৰ মণেও কথাবোৰ নুশুনে (নুশুনে) হওঁফালৰ পৰা ঢৌ আহিছে (আহিছে) লগতে মোক উটুৱাই নিছে (নিছে) হওঁফালৰ পৰা ঢৌ আহিছে (আহিছে) লগতে মোক উটুৱাই নিছে (নিছে) (yeah) x4 বাৰে বাৰে (yeah) মই ভুল কৰোঁ (ভুল কৰোঁ) মই ভুল কৰোঁ (ভুল কৰোঁ) মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah) মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah) মই পৰিযাওঁ to the floor কোনো নাহে (কোনো নাহে) Life saver বুলি কবলে নাছিলে (নাছিলে) I was high in my pain burry সকলোতে (সকলোতে) দেউতাই কৈছিলে নাজাবি দুৰলে অতীতৰ কথায়ে কৰাই মোক মনতে (মনতে) মই নাই পোৱা যে মোক বিচাৰিয়েই (বিচাৰিয়েই) মোৰ কথা মোৰ মনৰ মাজত থাকে (মাজত থাকে) সৰু মোৰ পৃথিৱী মোৰ মাজতে (মোৰ মাজতে) (humming)…….
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 2:43
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı