d vibe$ bissakh ghatokota şarkı sözleri
intro
Star you made this
chorus
মানুহেযে মানুহক ঠগে অকণোযে বেয়া নেলাগে, নেলাগে
বিশ্বাস ঘাটকতায়ে শিকাই অকলে থাকিবলে, থাকিবলে
মানুহেযে মানুহৰ বাবে অকণো হব নোৱাৰিলে, yeah নোৱাৰিলে
ভাল বুলি সকলোকে ভাবি নিদিও সান্তনা নিজকে, yeah নিজকে
verse
বহুতক দিছিলোঁ মই chance, why
Misuse কৰিছে ভায়, মই হলো fucked up, up
নৰকৰ মই ৰাস্তাত, yeah
বজিছে 10 টা, woah
লগতে আড্ডা, yeah
Bear টো ঠাণ্ডা, woah
Joint টো জলোৱাৰ পিছতে শিকিলোঁ মই উৰিবলে, উৰিবলে
But আছিলোঁ আগতে বাগৰি মই যে নিচাতে
সময়বোৰ যাবলে নোখোজে নিশা ৰাতি, yeah
মিছা লগৰবোৰে কৈছিলে মিছা কাহিনী, yeah
chorus
মানুহেযে মানুহক ঠগে অকণো বেয়া নেলাগে, নেলাগে
বিশ্বাস ঘাটকতায়ে শিকাই অকলে থাকিবলে, থাকিবলে
মানুহেযে মানুহৰ বাবে অকণো হব নোৱাৰিলে, নোৱাৰিলে
ভাল বুলি সকলোকে ভাবি নিদিও সান্তনা নিজকে, নিজকে
verse
জেগাত মই আছোঁ নাই হোৱা change
কিছুমানে আজি কৈ মোক insane
Bro's বোৰ family হবলে নোৱাৰে
হিংসা আছে সিহঁতৰে তেজতে
সেইবাবে মই অনিছো নিয়ম
Follow কৰিলেহে ভাল হম
নহলে জীৱনটো হেৰাম
Already মই পালোঁ শিক্ষা
F*ck you bro নকৰোঁ মই বিশ্বাস
Already হেৰালো বিশ্বাস, yeah
এতিয়া নিজৰে ৰাস্তাত মই
এতিয়া নিজৰে ৰাস্তাত, woah
গতিবেগ বাঢ়িছে সময়ৰ লগতে
Bitches বোৰে কিয় আমনি কৰিছে
কিছুমান crazy fan মোৰ পিছতে
পৰিছে বেয়াকে, yeah yeah
chorus
মানুহেযে মানুহক ঠগে অকণোযে বেয়া নেলাগে, নেলাগে
বিশ্বাস ঘাটকতায়ে শিকাই অকলে থাকিবলে, থাকিবলে
মানুহেযে মানুহৰ বাবে অকণো হব নোৱাৰিলে, yeah নোৱাৰিলে
ভাল বুলি সকলোকে ভাবি নিদিও সান্তনা নিজকে, নিজকে