d vibe$ criminal şarkı sözleri

Starbxy, we got this…. আবদ্ধ আছিলোঁ মই যেন criminal (criminal) পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health) Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ) নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই) আবদ্ধ আছিলোঁ মই যেন criminal (criminal) পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health) Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ) নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই) নকৰোঁ face মই reality cuz it's tough হয় Only এটাই আছে way যিটো নেকি fast হয় Cold weather, high fever জানো এইটো ভাল হয় Love over Life, এইটো এটা mistake হয় (bitch) মই নকৰোঁ no more mistake এটাই chance can't miss that মই হলোঁ keeper, I know that ৰখিব নোৱাৰোঁ, I'm late মোৰ যাত্ৰা আৰম্ভণি হলে (yeah) লগতে মোৰ কোনো নাছিলে আছিলে মাথোঁ মোৰ believe, কৰিম সকলো Feel like, feel like, I'm a trapboi (yeah) Feel like, feel like, মই যে lost হয় (oww) Feel like, feel like, নাই emotions (yeah) Feel feel, feel like, মইটো higher (oww) আবদ্ধ আছিলোঁ মই যেন criminal (criminal) পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health) Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ) নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই) আবদ্ধ আছিলোঁ মই যেন criminal (criminal) পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health) Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ) নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই) ভয় কি হয় আগতে মোৰ লাগিছিলে (yeah x3) Habit হৈ গল এতিয়া মোৰ easy লাগে (লাগে) এন্ধাৰ এই ৰাতি বুকুখন মোৰ কপিছে Devil এ আজি মোক লব আহিছে (আহিছে) No টো কবলে মই নোৱাৰোঁ ইমানেই ভাল মই (yeah x2) কৈছিলে soul লাগে দিব নোৱাৰোঁ মই আকিছোঁ lines নকৰোঁ কেতিয়াও cross মই I rather lose you, যাতে সকলো ঠিক থাকে ঠিক নাই আজি একোৱেই পৃথিৱীত (পৃথিৱীত) মানুহবোৰেই হল সাপ and it's reality (reality) I don't care কোন real কোন fake হয় মই কৰোঁ distance maintain happily আবদ্ধ আছিলোঁ মই যেন criminal (criminal) পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health) Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ) নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই) আবদ্ধ আছিলোঁ মই যেন criminal (criminal) পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health) Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ) নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই) Feel like, feel like, I'm a trapboi Feel like, feel like, মই যে lost হয় Feel like, feel like, নাই emotions Feel feel, feel like, মইটো higher…
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:07
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı