d vibe$ ene lage şarkı sözleri

Yeah, yeah Yeah, yeah Yeah, yeah এনে লাগে (এনে লাগে) মোৰ এনে লাগে (এনে লাগে) Yeah, yeah এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়) তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা) এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়) তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (Yeah, yeah) তুমি পৰশতে থাকা মোৰ দিনে ৰাতি (yeah) তোমাৰ last name মই change কৰিম জল্ডী (yeah) ৰৈ আছোঁ মই তোমাৰ বাবে গুৱাহাটীত (গুৱাহাটীত) দেৰগাঁওৰ পৰা কৰিছোঁ মই মৰম receive (মৰম received) এতিয়া মইটো bless feel কৰি আছোঁ (কৰি আছোঁ) কথা পাতিলে দূৰত গুচি যাই stress বোৰো (stress বোৰো) প্ৰথম চাৱনিতে মই যে ৰৈ গলো (ৰৈ গলো) অলপ ৰৈ ফালে এইবাৰ মই বৈ গলো (বৈ গলো) বৈ গলো মই, তোমাতেই, তোমাতেই (owowo) ৰৈ গলো মই, চাৱনিতে, চাৱনিতে এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়) তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা) এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়) তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা, yeah) মই যাই আছো নৰখাকে একেৰাহে (yeah, yeah) মই জানো আমি দুয়ো আছো বাহিৰতে (বাহিৰতে) কিছু হাঁহিৰ কাৰণ তুমি হৈ যে পৰিছা (যে পৰিছা) আৰু কিছু হাঁহি আনিম মই তোমাৰ বাবে (তোমাৰ বাবে) সঁৰগ কৰি দিছা মণৰে বাগিচাখন (বাগিচাখন) আৰু তোমাৰ বাবে লৈ যাম ফুল মই (গোলাপ ফুল মই) এবাৰ মৰমতে মাত দিলে কত বুলি (কত বুলি) কও তোমাক মই আছো যে ৰোমত (yeah, yeah) বৈ গলো মই, তোমাতেই, তোমাতেই (yeah) ৰৈ গলো মই, চাৱনিতে, চাৱনিতে এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়) তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা) এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়) তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা) Yeah, yeah, yeah, yeah Yeah, yeah, yeah, yeah Yeah, yeah, yeah, yeah Yeah, yeah, yeah, yeah
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 1:06
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı