d vibe$ ghoroloike jaam şarkı sözleri

তুমি আহিলে (Ou) Yeah, yeah তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম) ঘৰত গলে মইযে তোমাকেইতো পাম (তোমাক পাম) ঘৰখন তোমাৰ অবিহনে ঘৰ নেলাগে (ঘৰ নেলাগে) তুমি দূৰত থাকিলে ভাল নেলাগে (ভাল নেলাগে) তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম) ঘৰত গলে মইযে তোমাকেইতো পাম (মইযে পাম) ঘৰখন তোমাৰ অবিহনে ঘৰ নেলাগে (ঘৰ নেলাগে) তুমি দূৰত থাকিলে ভাল নেলাগে (ভাল নেলাগে) তুমি আছা মাথোঁ হৃদয়তে মোৰ ৰৈ সদায়েই (সদায়েই) হৈ যোৱা তুমি মোৰ চায়া আজি (Oww) মনে মনে (মনে মনে), প্ৰতিপলে (প্রতিপলে) তোমাৰেই হাহিতে কিনো যাদু আছে থমকি পৰো দেখা পালেই সময়ে কৈ আছে অকণমান ৰখিবি ধৈর্য্য একেলগে মনৰে মাজতে কথাবোৰ ৰাখিলে হেৰাব একোৱেই নেলাগে আশাবোৰ নকৰিলে চাগে হৃদয়ে একোৱেই নেপাই কষ্টযে (Yeah) চাৰি দিন হৈ গল লগ মই পোৱানাই তোমাকে (তোমাকে) উশাহ মোৰ থমকি পৰিছিল পাহাৰৰ মাজতে (মাজতে) গোলাপ ফুল দিবলে গৈছিলো মনে মোক কৈছিলে (মনে মোক কৈছিলে) লগ মই নাপালোঁ কাৰণ মা এ খং কৰিছে (কৰিছে) মাক মই কৈ দিলোঁ sorry (Sorry), মা এ মোক পালেযে বেয়া (বেয়া) মই কলোঁ মই তোমৰেই লৰা (লৰা), কিয় ইমান বেয়া পোৱা (কোৱা) মোৰ চকুতে পানীবোৰ আনি (আনি),ভালপোৱানে মোক কোৱা (কোৱা) শুনিব মন আছে মোৰ (মোৰ), যে তোমাৰেই পৰা মোৰ গা হৈ আছিলে বেয়া, হাৰ কেতিয়াও নাই মনা লগ পাম বুলি সেই আশাতে, মই নেওছি গৈ আছোঁ ৰাস্তাত মাজে মাজে মোৰ চকুতে আহি পৰিছেযে অন্ধকাৰ তথাপিও মই ৰখা নাই, গৈ আছোঁ ভাগৰি পৰা নাই Yeah তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম) ঘৰত গলে মইযে তোমাকেইতো (মইযে তোমাকেইতো পাম) Yeah তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম) ঘৰত গলে মইযে তোমাকেইতো পাম (মইযে পাম) ঘৰখন তোমাৰ অবিহনে ঘৰ নেলাগে (ঘৰ নেলাগে) তুমি দূৰত থাকিলে ভাল নেলাগে (ভাল নেলাগে) তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম) ঘৰত গলে মইযে তোমাকেইতো পাম (মইযে পাম) ঘৰখন তোমাৰ অবিহনে ঘৰ নেলাগে (ঘৰ নেলাগে) তুমি দূৰত থাকিলে ভাল নেলাগে (নেলাগে)
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:05
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı