d vibe$ horu kalote şarkı sözleri
টকা নাথাকিলে দিব কোনে respect
But I'm making sure
I'm getting respect
Boney bust the track
টকা নাথাকিলে দিব কোনে respect, respect
But I'm making sure
I'm getting respect, respect
চকু মোৰ 3 টা কৰিছোঁ realize, realize
সপোন ডাঙৰ লৈ মই kio stuck inside, stuck inside
লাহে লাহে কৰি ওলাব কথা মোৰ মুখৰে পৰায়ে, yeah
মই ৰেপতে Jaun Elia হৈ সুৰ ধালিছো dark trap অতে, woah
Bullet ৰ দৰে গৈ আছে মোৰ শব্দবোৰ, straight up
মই অলপ হব বিচাৰোঁ confortable, ah
Major minor মই দুটাতেওঁ থাকোঁ, ah
OG bars, OG লগত feeling good, ah
যেতিয়ালৈকে মই relapse নকৰোঁ, নকৰোঁ
দিম solo album feature নকৰোঁ, নকৰোঁ
Distracted মই আছিলোঁ মাজে মাজে, yeah
মোৰ cell phone off থাকে মাজে মাজে, মাজে
ভয়বোৰ কিয় গুচিগলযে দূৰতে, yeah
I was making me দিনে ৰাতি অকলেই, ay
কৰিছিলোঁ struggle আগৰ কথা মনত আছে, মনত আছে
সৰু কালতে মন যায় যাব এবাৰ হলেও, এবাৰ হলেও
মই আৰু মোৰ homies ইয়াত fun আছে, fun
চলে trip আৰু dealer ছানঢালি আছে, ow ow ow
18 বছৰ বয়স লাগে বহু কিবা, বহু কিবা
লাগে friends কিছু যোনে দিয়ে সুবিধা, সুবিধা
মই heartless emotions নাই ৰখা, নাই ৰখা
মই নহয় player সেইবাবে নাই খেলা, নাই খেলা
Lately মই বুজিলোঁ সকলো মিচা, মিচা
দুদিনিয়া জীৱনত লাগে অলপ নিচা, নিচা
কালিত ভৰখা মই নাই কৰা, নাই কৰা
মোৰ সময়বোৰ ভালদৰে পাৰ কৰো
টকা নাথাকিলে দিব কোনে respect
But I'm making sure
I'm getting respect
টকা নাথাকিলে দিব কোনে respect, respect
But I'm making sure
I'm getting respect, respect
চকু মোৰ 3 টা কৰিছোঁ realize, realize
সপোন ডাঙৰ লৈ মই kio stuck inside, stuck inside
টকা নাথাকিলে দিব কোনে respect, respect
But I'm making sure
I'm getting respect, respect
চকু মোৰ 3 টা কৰিছোঁ realize, realize
সপোন ডাঙৰ লৈ মই kio stuck inside, stuck inside
Stuck inside, ay ay
Stuck inside, ay ay
মই হলো, ay ay
Stuck inside, ay ay
Stuck inside, ay ay
Stuck inside, ay ay
মই হলো, ay ay
Stuck inside, woah
Stuck inside
Stuck inside