d vibe$ jajabori şarkı sözleri
Ohhh, Yeah
সময়ৰ সূতে সূতে, সূতে সূতে
নিজকে মিলাই আজি, আজি
গৈ আছোঁ এক যাযাবৰী ৰাস্তাতে, ৰাস্তাতে
যত নাই নেকি তুমি মোৰ লগতে, লগতে
সময়ৰ সূতে সূতে, সূতে সূতে
নিজকে মিলাই আজি, আজি
গৈ আছোঁ এক যাযাবৰী ৰাস্তাতে, ৰাস্তাতে
যত নাই নেকি তুমি মোৰ লগতে, লগতে
মায়া লগা দুচকুত দেখিলোঁ, দেখিলোঁ
যেতিয়া মই পৰিলো প্ৰেমতে, প্ৰেমতে
But তুমি কিয় নাই আজি লগতে মোৰ
Heartbreak হঠাতে face কৰিলোঁ, কৰিলোঁ
Pain বোৰো লগত লৈ আজি গৈ আছো, গৈ আছো
Still মনে কিয় তোমাকেই বিচাৰে, বিচাৰেই তোমাক
Late night আজি hit কৰে memories বোৰে
Dark times কোনো নাই মই যে অকলে, অকলে
Feelings বোৰৰ value নোহোৱা হৈ গৈছে, গৈছে
Effort বোৰো matter কেতিয়াও যে নকৰে, নকৰেই
সময়ৰ সূতে সূতে, সূতে সূতে
নিজকে মিলাই আজি, আজি
গৈ আছোঁ এক যাযাবৰী ৰাস্তাতে, ৰাস্তাতে
যত নাই নেকি তুমি মোৰ লগতে, লগতে
সময়ৰ সূতে সূতে, সূতে সূতে
নিজকে মিলাই আজি, আজি
গৈ আছোঁ এক যাযাবৰী ৰাস্তাতে, ৰাস্তাতে
যত নাই নেকি তুমি মোৰ লগতে, লগতে
And হঠাতে কৰিলোঁ পাহৰিব তোমাক try
But মই কিয় পাহৰিব তোমাক পৰা নাই, পৰা নাই
বিচাৰোঁ তোমাকে প্ৰতিটোপল কাষতে, কাষতেই
আৰু আকিম ছবি আমাৰ যত নেকি হাঁহি বিলিঙে, বিলিঙে
এই ভালপোৱা আমাৰ
নহয় মিচা কেতিয়াও, কেতিয়াও
তোমাৰ বাবে সদায় থাকিবই, থাকিবই
এই ভালপোৱা আমাৰ, আমাৰ
নহয় মিচা কেতিয়াও, কেতিয়াও
তোমাৰ বাবে সদায় থাকিবই, থাকিবই
নাজানো ৰাস্তা হেৰালো, হেৰালোঁ
উভতি আকো তাইৰ ফালে চালো, and চালো
And তাইৰ দৰে নাই দেখা কতো, কতো
তাই দিয়ে feel মই হেৰলো নিজকে
হেৰালো মই empty, empty
Yes I'm a lonely, lonely
I don't need nobody, nobody
অকলেই মই আৰু মোৰ dreams
সময়ৰ সূতে সূতে, সূতে সূতে
নিজকে মিলাই আজি, আজি
গৈ আছোঁ এক যাযাবৰী ৰাস্তাতে, ৰাস্তাতে
যত নাই নেকি তুমি মোৰ লগতে, লগতে
সময়ৰ সূতে সূতে
নিজকে মিলাই আজি
গৈ আছোঁ এক যাযাবৰী ৰাস্তাতে
যত নাই নেকি তুমি মোৰ লগতে
যত নাই নেকি তুমি মোৰ লগতে, yeah yeah
যত নাই নেকি তুমি মোৰ লগতে, oww oww
যত নাই নেকি তুমি মোৰ লগতে, yeah yeah
যত নাই নেকি তুমি মোৰ লগতে, ow oww