d vibe$ jibontu horu şarkı sözleri
জীৱনটো সৰু
জীৱনটো সৰু আৰু মোক পাব টান (টান)
The doctor said I'll be dead by next jan (jan)
কিনো কৰিব আছে (yeah x3)
মাথো গণিব আছে (yeah x3)
জীৱনটো সৰু আৰু মোক পাব টান (টান)
The doctor said I'll be dead by next jan (jan)
কিনো কৰিব আছে (yeah x3)
মাথো গণিব আছে (yeah x3)
Nemcare ত মই but কিয় মোৰ care নাই কৰা (নাই কৰা)
কৈছে পইচা নাহে কামত but তুমি যে হবা নাইকিয়া (নাইকিয়া)
I said it's ok আহিছোঁ যদি মই যামেই (যামেই)
সোনকালে গলেচোন মই কষ্ট কম পামেই (পামেই)
Already বহু বাৰ মই মৰাৰ পৰা আহিছোঁ (আহিছোঁ)
গাৰি লৈ ফালে GS Road ত ফালিচো
শেষ উশাহতে যে তাৰ ছবি কাষত (yeah x2)
এন্ধাৰ হৈ পৰিছে আজি মোৰ জীৱন (মোৰ জীৱন)
গোটেই পৃথিৱীখন বুকুতে মোৰ লৈ ফালে (লৈ ফালে)
এদিন মৰি যাম মই কাকো নোকোৱাকে (sorry)
জীৱনটো সৰু আৰু মোক পাব টান (টান)
The doctor said I'll be dead by next jan (jan)
কিনো কৰিব আছে (yeah x3)
মাথো গণিব আছে (yeah x3)
জীৱনটো সৰু আৰু মোক পাব টান (টান)
The doctor said I'll be dead by next jan (jan)
কিনো কৰিব আছে (yeah x3)
মাথো গণিব আছে (yeah x3)
নহক নিবিচাৰোঁ কাৰো লগতে (yeah)
3rd stage ত direct মই ভৰি দিছোঁ সঁচাকে
Recovery নাই যে ইয়াৰে (Oww)
Accept কৰিছোঁ আৰু ইহঁতেও বিচাৰে
Sorry হব নোৱাৰিলোঁ মই ভাল লৰা (লৰা)
সকলোৱে বেয়া মোক কৰিছে (কৰিছে)
শান্তি বিচাৰি হাবাথুৰি খাওঁতে
যাবই চোন সময় বাৰু হৈ গলে (হৈ গলে)
তাইকচোন মাথোঁ লগ পাইছিলো দুদিন আগত
মোৰ mental stage সলনি হল
ভালৰ পৰা বেয়ালৈকেযে আজি গৈ আছে
উশাহো যেন থমকি পৰিছে
জীৱনটো সৰু আৰু মোক পাব টান (টান)
The doctor said I'll be dead by next jan (jan)
কিনো কৰিব আছে (yeah x3)
মাথো গণিব আছে (yeah x3)
জীৱনটো সৰু আৰু মোক পাব টান (টান)
The doctor said I'll be dead by next jan (jan)
কিনো কৰিব আছে (yeah x3)
মাথো গণিব আছে (yeah x3)
মাথো গনিব আছে শেষ দিনবোৰ (শেষ দিনবোৰ)
I was taught to love but পাও hate বোৰ (hate বোৰ)
Real থাকিও still মইযে মৰি আছোঁ (মৰি আছোঁ)
নলও জন্ম মই পৃথিৱীতে কেতিয়াওযে