d vibe$ jiyobo bisaru şarkı sözleri
intro
কৰিছোঁ celebrate
কৰিছোঁ celebrate
কৰিছোঁ celebrate
কৰিছোঁ celebrate
hook
হাৰিছোঁ যেতিয়াই তেতিয়াই শিকিছো কৰিব celebrate, celebrate
Party animal নহলে life টো চলিব কেনেকে, কেনেকে
Downfall আহিলে সকলোঁ দুৰতে গুচি যায় হঠাতে, হঠাতে
ৰাখিছোঁ patience but মই কৰিছোঁ অলপমান celebrate, celebrate
verse
মনটো ভাঙিছে বহুবাৰ, সকলোৰে যোগদান
Bro এ আনিলে green stuff, roll কৰি দিলোঁ দুখত
Then কৰিলোঁ গাড়ীটো start, start
চকু মোৰ ৰঙা মই high, high
ফুকিলোঁ চহৰত cannabis, ধোৱা ধোৱা হৈছে পৃথিৱী
শান্তি লাগে মোক সঁচাকে, violance চলিছে কাষতে
Pick up মই কৰিছোঁ leads বোৰ, deadline আহিছে দি আছোঁ
ব্যৱসায় কৰিছোঁ straight up, straight up
কৰিব আছেতো glow up, glow up
নাই কৰা মই আজি ধেমালি, ধেমালি
Rapper অসমীয়া খাটি, খাটি
ভাল আৰু বেয়াৰে মাজতে, মাজতে
নিজকে পালোঁ বিচাৰি, বিচাৰি
যিবোৰে কৰিছে hate মোক, yeah
মুখতে সিহঁতৰ মোৰ বাৰি
জীয়াব বিচাৰোঁ এতিয়া, এতিয়া
যদিহে নাথাকোঁ কালি, কালি
নাজানো কেতিয়া আহিব, আহিব
Pray মই কৰিছোঁ খালি
hook
হাৰিছোঁ যেতিয়াই তেতিয়াই শিকিছো কৰিব celebrate, celebrate
Party animal নহলে life টো চলিব কেনেকে, কেনেকে
Downfall আহিলে সকলোঁ দুৰতে গুচি যায় হঠাতে, হঠাতে
ৰাখিছোঁ patience but মই কৰিছোঁ অলপমান celebrate, celebrate
হাৰিছোঁ যেতিয়াই তেতিয়াই শিকিছো কৰিব celebrate, celebrate
Party animal নহলে life টো চলিব কেনেকে, কেনেকে
Downfall আহিলে সকলোঁ দুৰতে গুচি যায় হঠাতে, হঠাতে
ৰাখিছোঁ patience but মই কৰিছোঁ অলপমান celebrate, celebrate
verse
কৰিছোঁ celebrate, জীৱনত লাগে just celebrations
তাক যাব দে, নহলে সি মৰিব বে
কথা মিচা কলে, খং বৰ উঠে মোৰ বেয়াকে যে
দ্বিতীয় chance মই নিদিও সেইবাবে মাৰিলোবে
Then সি মৰি গলে, মৰি গলে
I mean মোৰ জীৱনৰ পৰা, পৰা
Then সি মৰি গলে, মৰি গলে
I mean মোৰ জীৱনৰ পৰা, জীৱনৰ
Then সি মৰি গলে, মৰি গলে
Then সি মৰি গলে, মৰি গলে
Then সি মৰি গলে, মৰি গলে
Then সি মৰি গলে, yeah