d vibe$ kahini şarkı sözleri

চহৰৰে লৰা মই হলোঁ অলপ অকৰা, অকৰা (Yeah yeah yeah yeah yeah) গোটেই পৃথিৱীখন বুকুতেলৈ পালোঁ হেঁচা, পালোঁ Boney bust the track (Yeah yeah yeah yeah yeah) চহৰৰে লৰা মই হলোঁ অলপ অকৰা, yeah গোটেই পৃথিৱীখন বুকুতেলৈ পালোঁ হেঁচা, yeah বহু কথা আছে কবলে মই নাই পৰা, yeah দুখৰ সাগৰতে মই ডুবিছো যে ধাৰাষাৰ, yeah ধূলিকণা আহিছেযে হঠাতে জীৱনতে, yeah হিয়া ভৰা মৰম কিয় শেষ হয় দুদিনতে, yeah লোৱাবোৰে মাথোঁ লৈ থাকে যে বাৰে বাৰে, yeah অপৰাধৰ পৰা মই থাকোঁ বহু দূৰতে, ayy আগৰে দৰে নাই মই same bro, same bro Classic to modern কৰোঁ switch flow, switch flow বহু আছে সপোন কৰিম পূৰণ, পূৰণ যেতিয়ালে উসাহ থাকে দেহত, দেহত I don't wanna take anything Cuz always মই giver সৰুৰে পৰাই নিজৰ কথা ভাবিছিলো কমকৈ But এতিয়া মই দেউতা নিজৰেই, নিজৰেই Now, who even cares মই থাকোঁ বা নাথাকো But legacy বনাই আছোঁ, yeah Repeat লাগিছে কাজিয়া আৰু মই gangstar হৈ গলোঁ Life টো বৰ messy হৈ আছে মই কি কৰোঁ But make sure কৰিছোঁ মই যাতে অকলে থাকোঁ যত নেকি মোৰ pride ৰাখোঁ (yeah yeah yeah yeah) ডাঙৰ ডাঙৰ সপোন বাহিৰে নাই আনকোনো, yeah চেষ্টা অবিহনে কেনেকে মই পাৰ কৰোঁ, কৰোঁ মগ্ন 4ever ত 4ever মই signed হলো, হলো শব্দ বহু মুখত খেলিম যেনেকে মই পাৰোঁ, পাৰোঁ কবি অবিহনে কবিতা কেতিয়াও নহয়, নহয় কি হব আছে কালি নাজানো মই, মই Face কৰিম সকলো ভয় নকৰোঁ মই, মই গৰম হৈ আছে বতৰোযে, yeah নচলো মই সকলোৰে লগতে, yeah Studio ত মোৰ mic টো মোৰ লগতে, লগতে কলমৰ চিয়াঁহীৰে লিখিছোঁ কাহিনী, কাহিনী কোনে শুনিব আৰু বুজিব আটাইখিনি, yeah You know বহু দিন থাকিলো শান্ত শিস্ত মই, মই Out of reach, মই হলো ব্যস্ত হয়, so much ভাল আছিলোঁ আগতে এতিয়া নষ্ট হয়, yeah Lyrically সোমাই আছোঁ চাই ল তই, yeah কিছু কথা কবলে still আছে বাকী, বাকী কালি গুচি গলে ৰৈ যাব বহুখিনী 2001 ৰ পৰাই আৰম্ভণি, আৰম্ভণি জুই লাগিছিলে ধালিচিলো মই পানী, পানী বচাব যাওঁতে ডুবিলোঁযে বেয়াকে, বেয়াকে Scars বোৰ কিয় চকুতে মোৰ ভাহে, ভাহে নিজৰ বুলিবলে বহু কম মানুহ আছে, আছে Greatful কাৰণ কোনো নাই মোৰ দৰে Yeah
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 2:42
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı