d vibe$ ki hoi ase şarkı sözleri

intro YS Finna Killem Beat নানান না, নানান না Star you made this chorus I don't know কি হৈ আছে, কি হৈ আছে I don't know কি হৈ আছে, কি হৈ আছে I don't know কি হৈ আছে, কি হৈ আছে I don't know কি হৈ আছে, কি হৈ আছে যোৱা কিছু বছৰ পৰায়ে, yeah yeah টোপনি ক্ষতি বেয়াকে, woah হৃদয় যেন জেগাত মোৰ নাইয়েই, yeah Psychedelic দেখিছোঁ সকলোতে, woah verse কিহে পালে মোক, ay হৈছে নিচা নিচা নিচা, woah মৰমবোৰ নেলাগে, নেলাগে গোটেই মিচা মিচা মিচা, yeah গোটেই পৃথিৱীখন মই ঢুকি পালো, ঢুকি পালো বুজিলো নহয় কোনো সঁচা মানুহ, সঁচা মানুহ That's why চাগে মই দূৰতে থাকো, থাকো শান্তি বিচাৰিফালে হাবাথুৰি খালো, yeah yeah কোনে জানে কালি হব কি আছে, কি আছে সকলো হেৰাই ফালেও হাঁহি মুখতে, হাঁহি মুখতে পাহৰিব চেষ্টা চলিচে দিনে ৰাতি, দিনে ৰাতি যিমান খুজিলেও আৰু মই নিদিও বাকী chorus I don't know কি হৈ আছে, কি হৈ আছে I don't know কি হৈ আছে, কি হৈ আছে I don't know কি হৈ আছে, কি হৈ আছে I don't know কি হৈ আছে, কি হৈ আছে যোৱা কিছু বছৰ পৰায়ে, yeah yeah টোপনি ক্ষতি বেয়াকে, woah হৃদয় যেন জেগাত মোৰ নাইয়েই, yeah Psychedelic দেখিছোঁ সকলোতে, woah verse একহাতে codein আৰু আনহাতে ecstasy, yeah মই জুই লগাই দিলো যিবোৰ মোৰ নাচিল, মোৰ নাচিল নেলাগে free shot নাই মোৰ fantasy, yeah I only f*ck যেতিয়া কাষতে hennessy, yeah চলে trip 24x7 so crazy, straight up ৰাতি কাম দিনত sleep repeat হৈ আছে, woah কি কৰিম উপাইও যেন মোৰ হাতত নাই, হাতত নাই নতুন দিন নতুন bitch মই হলো tired, tired চকুৰে আগতে সকলো হৈ গলে, হৈ গলে Demons বোৰে মোৰ মুৰতে হানিছে, মূৰতে কৰিছো মই pray for better days, better days কেতিয়ানো বাৰো পাম মই মোৰ better days, yeah chorus I don't know কি হৈ আছে, কি হৈ আছে I don't know কি হৈ আছে, কি হৈ আছে I don't know কি হৈ আছে, কি হৈ আছে I don't know কি হৈ আছে, কি হৈ আছে যোৱা কিছু বছৰ পৰায়ে, yeah টোপনি ক্ষতি বেয়াকে, woah হৃদয় যেন জেগাত মোৰ নাইয়েই, yeah Psychedelic দেখিছোঁ সকলোতে, woah outro Yeah, yeah হৈছে নিচা নিচা নিচা Woah নিচা নিচা নিচা
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:52
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı