d vibe$ korisu ki şarkı sözleri

কৰিছোঁ কি Star you made this কৰিছোঁ কি, কি অন্ধকাৰ ৰোমতে দেখিছোঁ সপোনবোৰ মই কৰিছোঁ কি, কি ভাবনাতে serious ইমান কথাবোৰ মনতে যি আছিলে কৈছিলো তোমাক মই সকলো তুমিযে both side খেলিবা মইটো কেতিয়াও ভবায়ে নাছিলোঁ, yeah yeah yeah কিয়যে তুমি এনেকুৱা কৰিলা F*ck you bitch মোৰ মন ভাঙিলা Trust issue create কৰিলা হৃদয়ৰ মাজতে মোৰ, yeah কৰিব নোৱাৰো মই আজি handle মোৰ আছে কিছুমান আজি tension তথাপিও গৈ আছোঁ একেৰাহে আজি মই সকলো escape কৰোঁ মই কাৰণ সকলোৱে স্বাৰ্থপৰ হলে আগতে ভাল মই আছিলোঁ, আছিলোঁ এতিয়া নষ্ট সময়ৰ হুততে আছিলে কিছুমান কষ্ট মনতে Grow up কৰিছোঁ with my bro নলগা পালোঁ মই নিজকে হঠাতে অতীতৰ বিছাৰি ঠিকনা মই, মই কিছুমান কথা আছে মনতে কবলে মই নোৱাৰো কাকোকে ৰাখিছোঁ মই এনেকে যেনেকে কোনেওটো যে বুজিব নোৱাৰে, yeah গৈ আছোঁ মই one step everyday higher, higher মই আগৰে পৰাই যে fire, fire জলিবা তুমি জলিব এই সকলো পৃথিৱী, পৃথিৱী ভালটো দেখিলে মণত hate তোমাৰ হয় উপত্তি, কিয় Back to নাযাও old days মোৰ আছে আপত্তি Yeah yeah yeah yeah yeah কৰিছোঁ কি, কি অন্ধকাৰ ৰোমতে দেখিছোঁ সপোনবোৰ মই কৰিছোঁ কি, কি ভাবনাতে serious ইমান কথাবোৰ মনতে যি আছিলে কৈছিলো তোমাক সকলো তুমিযে both side খেলিবা মইটো কেতিয়াও ভবায়ে নাছিলোঁ, yeah yeah yeah কিয়যে তুমি এনেকুৱা কৰিলা F*ck you bitch মোৰ মন ভাঙিলা Trust issue create কৰিলা হৃদয়ৰ মাজতে মোৰ, yeah কৰিব নোৱাৰো মই আজি handle মোৰ আছে কিছুমান আজি tension তথাপিও গৈ আছোঁ একেৰাহে আজি মই একেৰাহে মই ৰখিব নোৱাৰো মই কাৰণ Break নাই গাড়ীত মোৰ Maybe মই crash কৰিম Vision আজি blurry মোৰ তাই আছিল toxic আৰু দিছিলে toxic traits আমনি পাই মই গুচি আহিলো আজি ঘৰ back Once upon a time হেৰাইছিলো মই track God mode on, yeah now নোপোৱা মোক back লিখিছোঁ মই গান that's what all I know কৰিছোঁ মই কাম that's what I always do আৰু কি কৰিবলে আছে Life তে count কৰিব আছে So many sins হবনে নে forgiven I don't know, I don't know, yeah কৰিছোঁ কি, কি অন্ধকাৰ ৰোমতে দেখিছোঁ সপোনবোৰ মই কৰিছোঁ কি, কি ভাবনাতে serious ইমান কথাবোৰ মনতে যি আছিলে কৈছিলো তোমাক মই সকলো তুমিযে both side খেলিবা মইটো কেতিয়াও ভবায়ে নাছিলোঁ কিয়যে তুমি এনেকুৱা কৰিলা F*ck you bitch মোৰ মন ভাঙিলা Trust issue create কৰিলা হৃদয়ৰ মাজতে মোৰ কৰিব নোৱাৰো মই আজি handle মোৰ আছে কিছুমান আজি tension তথাপিও গৈ আছোঁ একেৰাহে আজি মই
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:36
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı