d vibe$ maya loga şarkı sözleri

The person you’re calling is currently busy, please call again later… মায়া লগা দুচকুতেই তোমাৰ চালে কিনো হয় হৃদয়তে মায়া লগা দুচকুতেই (yeah, yeah, yeah) মায়া লগা দুচকুতেই তোমাৰ চালে কিনো হয় হৃদয়তে আহিবনে ঘূৰি আকৌ সেই বাটেৰে মোৰ বাবে (মোৰ বাবে) মই জানো তুমি বহুদুৰ গলাহি আঁতৰি মোৰ পৰা কিয় মনে বিচাৰে তোমাৰ পৰশ পাবলে পাবলে (yeah, yeah, yeah) সেই সময়ত অকলে আছিলোঁ নাছিলা লগতে মোৰ চেষ্টা কৰিছোঁ নিজকে ঠেলিব বহুদুৰ নাই আজি তুমি লগতে মোৰ তথাপিও ৰৈ আছে সপোনবোৰ সফল কৰিম এদিন মনৰ খুভ যত নেকি মই বতাহৰ গতিতে উৰুৱাই দিম মোৰ মণৰে দুখ ঘুৰিতো নাচাও আৰু বাটৰ চিনাকি বোৰক Yes মই জীয়াব শিকিলো মৰাৰ বহু পিছত এতিয়া ৰাস্তা বিচাৰি যাত্ৰা জীৱনৰ আৰম্ভনি কৰি যাবলৈ আগুৱাই আছে সুততে কপনি তোমাকেই দেখিলে মোৰ উঠে মগ্ন মই আজি গানতে প্ৰেমত মানুহে পৰি যে কিয় তোমাকে ভিতৰৰ পৰা ভাঙিব কৰিব নিয়ন্ত্ৰণৰে বুজাব যদিহে নুবুজা তোমাক এৰিব then কৰিব act like তোমাৰেই ভুল চিনাকি পৰিচয় বুকুতে হৈ যাব অতীতৰ ভুল পাহৰিব নোৱাৰিবা কাৰণ এই মৰম বোৰ real হয় দিনতেই সপোনৰ নগৰীত তুমি যে ভীৰ হৈ অতীতৰ চিনাকি দিবলে আহিছা নেকি আকৌ ঘুৰি অতীতৰ চিনাকি নেকি আকৌ দিবলে আহিছা ঘুৰি মায়া লগা দুচকুতেই তোমাৰ চালে কিনো হয় হৃদয়তে মায়া লগা দুচকুতেই (yeah, yeah, yeah) মায়া লগা দুচকুতেই তোমাৰ চালে কিনো হয় হৃদয়তে আহিবনে ঘূৰি আকৌ সেই বাটেৰে মোৰ বাবে (মোৰ বাবে) মই জানো তুমি বহুদুৰ গলাহি আঁতৰি মোৰ পৰা কিয় মনে বিচাৰে তোমাৰ পৰশ পাবলে পাবলে (yeah, yeah, yeah)
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:23
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı