d vibe$ mogno moi şarkı sözleri
intro
Star you made this (yeah yeah yeah)
hook
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, নোৱাৰো
সময় নষ্ট বহু হল এতিয়া grind কৰো
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে থাকোঁ
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, ৰখিব
সময় নষ্ট বহু হল এতিয়া grind কৰো, yeah yeah
verse
মগ্ন মই নিজৰ গানতেই দিনে ৰাতি, দিনে ৰাতি
বহু কৰিছো sacrifice যিবোৰ আছে লুকাই, yeah yeah
Quality দিম মই নিদিও quantity, quantity
So that তুমি মোৰ নাম মনত ৰাখিবা নহ, ৰাখিবা নহ
মোৰ লাগে awkward কত আছিলোঁ কত আহিলো, কত আহিলো
এইটো God's plan কব মোৰ নাই একো, মোৰ নাই একো
পাহৰিব ধৰিছো আজিকালি কিচুকথা, কিছুকথা
সেইটোযে ভাল কথা নহলে হয় mind বেয়া
Planning ৰ পৰা execution লৈকে মই কৰিছো
যদি fail হও হেৰাম নিজৰ মই সকলো
Craze আৰু বিশ্বাস মোৰযে লগত আছে, লগত আছে
F*ck your opinion তুমি মোক দিব নেলাগে, yeah yeah
hook
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, ৰখিব নোৱাৰো
সময় নষ্ট বহু হল এতিয়া grind কৰো
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, ৰখিব নোৱাৰো
সময় নষ্ট বহু হল এতিয়া grind কৰো, yeah yeah
verse
বেংকত current account আৰু মই কৰিছো business, yeah
Keeping secret is the fucking brutal business, yeah
নেলাগে support মোৰ I don't really need that I don't really
Cut কৰিলো all hoes মাথোঁ শান্তি লাগে, skrt skrt
মই tired মই lonely টোপনি মোৰ ক্ষতি
যেতিয়া মই লিখোঁ হৈ যাওঁ ডাঙৰ কবি
পৰিচয় মোৰ বনাই আছো so লাগিব time
ভিৰতে চলিবলে মোৰ লাগে বহু টান
আৰম্ভণি যদি হৈ হৈছে শেষ কৰিম মই ভাল
Figure higher হৈ গলে গণিম মই বহু fast
Lyrically গৈ আছে flow যেন মনৰ কথা
বুজিবলে নোৱাৰিলে please দূৰত থাকা
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, নোৱাৰো
সময় নষ্ট বহু হল এতিয়া grind কৰো
hook
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, ৰখিব
সময় নষ্ট বহু হল এতিয়া grind কৰো, skrr skrr