d vibe$ mone namane şarkı sözleri

হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই) নাভাবো মই (নাভাবো মই), still মনে নামানে হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই) নাভাবো মই (নাভাবো মই), still মনে নামানে No no মই কথাবোৰ নাভাবো now (now) যাব আছে বহুদুৰ I can't stop now (now) Mellow vibes তোমাৰ face ত চালো smile মই (মই) সপোন জগাই বুকুত তুমি লগত নাই নহ (নাই ) লগত নাই নহ পিছে কিয় কৈছিলা forever বুলি (Yeah) লগত নাই নহ পিছে কিয় কৈছিলা থাকিবা বুলি সদাই (YEAH) হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই) নাভাবো মই (নাভাবো মই), still মনে নামানে হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই) নাভাবো মই (নাভাবো মই), still মনে নামানে কিমান pains আছে আজি মোৰ হৃদয়তে (হৃদয়তে) কোনো নাই কোনো নাই এইবোৰ বুজিবলে (বুজিবলে) মিছা প্ৰেম আহে হঠাতে এই জীৱনতে (জীৱনতে) জীয়াই থাকিবলৈ শিকাই then মৰিবলে (মৰিবলে) নাই আজি কোনো real life ত এ সঁচা (সঁচা) কৰিম trust কেনেকে সব হয় মিছা (মিছা) Yes মই sober but নহয় মই যে অকৰা (কৰা) Feeling lonely but নালাগে মোৰ ভালপোৱা (ভালপোৱা) Yes মই heartbroke লৰা feeling নাইকীয়া (নাইকীয়া) Yes মই dead আগৰ পৰাই মিছা নাইকোৱা (নাইকোৱা) লাগি আছে যেন health মোৰ হৈ বেয়া (হৈ বেয়া) Pray কৰি আছা নেকি মই নোহোৱাৰ বাবে হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই) নাভাবো মই (নাভাবো মই), still মনে নামানে
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 2:13
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı