d vibe$ protitupol şarkı sözleri

Star you made this, yeah মাৰিলো lock হৃদয়ৰ কাম নাই বাহিৰত, কাম নাই বাহিৰত নিজকে বহুবাৰ দেখিছোঁ বেয়া মোৰ সময়ত, yeah yeah মাৰিলো lock হৃদয়ৰ কাম নাই বাহিৰত, কাম নাই বাহিৰত নিজকে বহুবাৰ দেখিছোঁ বেয়া মোৰ সময়ত, yeah লাভ নাই একোৱেই কৰি কেতিয়াও কাৰোবাবে, কাৰোবাকে যদিহে কৰা just নকৰিবা তুমি expect, ah মনটো ভাঙিবহলে হৈ যাব attachted, attachted সপোনবোৰ সঁচা কৰিবলে হলেযে no break, no break, no break নাই কৰা play, মই সদায় serious Melody কানতে আৰু মই curious Dark trap beat অতে খেলিছোঁ favourite এইটোৱেই পৰিচয়, neck অতে VVS থাকোঁ মই গানতে নোপোৱা বাহিৰত অন্ধকাৰ হলে লাগি যাওঁ মই মোৰ কামত নাই একো শান্তি but আছে pressure Loop অতে নচলোঁ f*ck the system 9 to 5 অতে নাহে satisfaction Wanna be rich but নাই direction কপালৰ ঘাম পৰি আছে floor ত কিনো বাল কৰি আছোঁ আজি life ত Honestly কব গলে এয়া wrong হয়, এয়া wrong হয় কিন্তু শেষ মই কৰিমেই যিবোৰ wrong হয়, যিবোৰ wrong হয় Yeah নাই দিনতে মই ৰাতিৰবাবে কাৰণ নিশাচৰ আগৰ পৰায়ে বেয়া হলেও মোৰ উপায় নাই, উপায় নাই উসাহ লবলেও মোৰ সময় নাই, সময় নাই ব্যস্ততাই মোক ৰাখিছে প্ৰতিতোপল আবৰি, eh বাদ দিব মই বিচাৰোঁ but দিব নোৱাৰোঁ আজি, it's lit মাৰিলো lock হৃদয়ৰ কাম নাই বাহিৰত, কাম নাই বাহিৰত নিজকে বহুবাৰ দেখিছোঁ বেয়া মোৰ সময়ত, yeah yeah মাৰিলো lock হৃদয়ৰ কাম নাই বাহিৰত, কাম নাই বাহিৰত নিজকে বহুবাৰ দেখিছোঁ বেয়া মোৰ সময়ত, yeah লাভ নাই একোৱেই কৰি কেতিয়াও কাৰোবাবে, কাৰোবাকে যদিহে কৰা just নকৰিবা তুমি expect, ah expect মনটো ভাঙিবহলে হৈ যাব attachted, attachted সপোনবোৰ সঁচা কৰিবলে হলেযে no break, no break, no break No break মোৰ কিয় জীৱনত নাই no break, no break So late কিয়যে কৰিছিলোঁ, so late এতিয়া নাই regret যিবোৰ কৰিছো শিকিছো yes মই বহুতো শিকিছো But মই নাই জনোৱা কাকোকে Music ত উৰিম মই ভাবিছো আগতেই সৰু বয়সতে hip-hop ৰ মাজতে Hihats বোৰতে star এ খেলিছে কান মোৰেই লাগিব শুনিবলে Judge কৰিবলে বাৰু easy lage, it's lit Still কিছুমানে বাল মোৰ খুৰাব নোৱাৰে, ay কাম নকৰাকৈ ফকটিয়া লেবেল দিব আহে তেজৰে নদীতে সাঁতুৰি মই আহিছে নাম মোৰ বাতৰিত হয় কৈছিলে মোক বেয়া লৰা নহয় বুলি, নহয় বুলি Already জানো মই বেয়া নাছিলোঁ বুলি মই জানো বেয়া নাছিলোঁ বুলি, yeah মাৰিলো lock হৃদয়ৰ কাম নাই বাহিৰত, কাম নাই বাহিৰত নিজকে বহুবাৰ দেখিছোঁ বেয়া মোৰ সময়ত, yeah yeah মাৰিলো lock হৃদয়ৰ কাম নাই বাহিৰত, কাম নাই বাহিৰত নিজকে বহুবাৰ দেখিছোঁ বেয়া মোৰ সময়ত, yeah লাভ নাই একোৱেই কৰি কেতিয়াও কাৰোবাবে, কাৰোবাকে যদিহে কৰা just নকৰিবা তুমি expect, ah মনটো ভাঙিবহলে হৈ যাব attachted, attachted সপোনবোৰ সঁচা কৰিবলে হলেযে no break, no break, no break Wo
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:29
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı