d vibe$ ptsd şarkı sözleri
Xenshel
R3DQX Production
আধা ৰাতি, আহিছে brain stroke (yeah, yeah)
নাই মই, নাই মই, নাই মই, নাই
আধা ৰাতি আহিছে brain stroke
নাই মই গুৱাহাটীত কৰিলে refer
পাবলে মোক টান আছিলে, আছিলে
PTSD এ মোক মাৰিলে (yeah)
আধা ৰাতি আহিছে brain stroke
নাই মই গুৱাহাটীত কৰিলে refer
পাবলে মোক টান আছিলে, আছিলে
PTSD এ মোক মাৰিলেverse
Hardly মই আছোঁ 6 month
Call মোক আহিছে ভগবানৰ
মোক বোলে বহু ভালপায় (yeah)
লবলে আহিব কৈছে bro এ পালে মোক সঁৰগত, সঁৰগত
I said নাহিবা bro মোক লগ কৰিবলে সঁৰগত, লগ কৰিবলে সঁৰগত
Hate কৰিবলে লৈছোঁ এতিয়া পিচলে যাবলে নোৱাৰোঁ, নোৱাৰোঁ
কি ভূল কৰিছোঁ জীৱনত মই সয্য মাথোঁ কৰিছোঁ, কৰিছোঁ
জীৱনৰ কিতাবত কষ্টৰ লগত মৃত্যু তুমি দি দিলা, দি দিলা
বনাব কিয়নো লাগিছিল নষ্ট সময় কৰিলা, কৰিলা
ক্ষমা খুজিবলে আৰু মই কেতিয়াও আগতে নেজাও, নেজাঁও
সপোনবোৰ ভাঙিলে হৃদয়ত ধুমুহা আহে ডাঙৰ, আহে ডাঙৰ
সকলো ধুমুহা নেওচি মই যাও, মই যাও
যত্ন কৰিব গলে ৰত্ন নেপাও (xenshel)
আধা ৰাতি, আহিছে brain stroke মোৰ
নাই মই, নাই মই, নাই মই (yeah, yeah)
আধা ৰাতি আহিছে brain stroke
নাই মই গুৱাহাটীত কৰিলে refer
পাবলে মোক টান আছিলে
PTSD এ মোক মাৰিলে (yeah, yeah, yeah)
আধা ৰাতি আহিছে brain stroke
নাই মই গুৱাহাটীত কৰিলে refer (yeah, yeah, yeah)
পাবলে মোক টান আছিলে, আছিলে
PTSD এ মোক মাৰিলে, মোক মাৰিলে
R3DQX Production