d vibe$ puhor nai şarkı sözleri

Starbxy much love man Ow, ow YS finna Killem মই হলো real life rockstar, yeah জন্মৰ পৰায়ে মই cursed, yeah বেয়া ফালে নিজকে ঠেলি কিনো বাল পালোঁ কি মই কম, কি মই কম ayy মই হলো real life trapstar চাৰিওফালে বাজে মোৰ গান, woah Music ত উৰিম বুলিয়েই কৰিছিলোঁ মই preparation, preparation মই হলো real life rockstar, rockstar জন্মৰ পৰায়ে মই cursed, মই cursed বেয়া ফালে নিজকে ঠেলি কিনো বাল পালোঁ কি মই কম, কি মই কম মই হলো real life trap star, trap star চাৰিওফালে বাজে মোৰ গান, ay Music ত উৰিম বুলিয়েই কৰিছিলোঁ মই preparation, preparation সপোনবোৰ সপোনহৈ থাকে জানো, yeah yeah yeah Sense মোৰ নাছিলে আগতে বাৰু, ay কিছু pain মই hide কৰি দিলো নিজকে খুলিব নোৱাৰো, নোৱাৰো এই পৃথিৱীত মোৰ লাগে ভয় কিন্তু adjust মই কৰিলোঁ, কৰিলোঁ Sorry এতিয়া নেদেখাও mercy, no Mac-11 আৰু Glock মোৰ side bitch, yeah নষ্ট কৰিবলে সময় নাই, straight up অন্ধকাৰ জীৱনত পোহৰ নাই বেয়া মই হলো কিন্তু মূৰ দোষ নাই, yeah সময়ে খেলিছে চাবলেও মন নাই, নাই নোৱাৰিছো মোৰ চাবলেও মন নাই, নাই Move on কৰি আছোঁ মই গান গাই মই হলো real life rockstar, yeah জন্মৰ পৰায়ে মই cursed, yeah বেয়া ফালে নিজকে ঠেলি কিনো বাল পালোঁ কি মই কম, কি মই কম মই হলো real life trap star চাৰিওফালে বাজে মোৰ গান, yeah Music ত উৰিম বুলিয়েই কৰিছিলোঁ মই preparation, preparation মই হলো real life rockstar জন্মৰ পৰায়ে মই cursed, woah বেয়া ফালে নিজকে ঠেলি কিনো বাল পালোঁ কি মই কম, কি মই কম মই হলো real life trap star চাৰিওফালে বাজে মোৰ গান, yeah Music ত উৰিম বুলিয়েই কৰিছিলোঁ মই preparation, preparation Life টো crazy আৰু মই batman Strong মই আছিলোঁ yes I'm alone yeah Butterfly chase মই নকৰোঁ এতিয়া, নকৰোঁ Pills বোৰ pop মই কৰিছোঁ এতিয়া, কৰিছোঁ Deals বোৰ crack মই কৰিছোঁ এতিয়া 24x7 কষ্ট কৰিছোঁ ভাবিলে সিহঁতে কেনেকে কৰিলোঁ, কেনেকে মিছা ঠাইতে মই থাকিব নোৱাৰোঁ Taken for granted যিবোৰে লৈছিলে উঠা বহা আছিলে সিহঁতৰ লগতে মুখেৰে কৰে যুদ্ধ they নোৱাৰে F*ck that shit ওলাই যায় মুখেৰে Western lifestyle চলিছে অসমতে Friends with benefits দিবলে বিচাৰে হব নিবিচাৰোঁ মই second user Onlyfans খুলি sell কৰে মই হলো real life rockstar জন্মৰ পৰায়ে মই cursed বেয়া ফালে নিজকে ঠেলি কিনো বাল পালোঁ কি মই কম, কি মই কম মই হলো real life trap star, trap star চাৰিওফালে বাজে মোৰ গান, মোৰ গান Music ত উৰিম বুলিয়েই কৰিছিলোঁ মই preparation, preparation
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:09
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı