d vibe$ roi jaam şarkı sözleri
(অ)
(অ)
পংকজ Beatz...
ৰৈ যাম
ৰৈ যাম
তোমাৰ বাবে
তোমাৰ বাবে
তুমিটো নাই মোৰ কাষতে
তুমিটো নাই মোৰ কাষতে
তুমিটো নাই মোৰ কাষতে
তুমিযে নাই কাষতে
ৰৈ যাম, বৈ যাম, তোমাৰ বাবে (yeah)
ৰৈ যাম, বৈ যাম, তোমাৰ বাবে (yeah)
কিজে হয় হঠাতে
চকুলুত পানী আহে
হেৰুৱাৰ পিছত
মনে বাৰু কান্দেই
ভাঙি গৈছে হৃদয়খন
যুৰা নেলাগে
কেনেকে মই বুজাম
মোক নিজকে
সময়বোৰ যাব নোখোজে
ৰাতি থমকি পৰে
সময়বোৰ যাব নোখোজে
ৰাতি থমকি পৰে
ৰৈ যাম
ৰৈ যাম
তোমাৰ বাবে
তোমাৰ বাবে