d vibe$ tumar hahi şarkı sözleri

Owooooo দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই (yeah, yeah, owoo, oowoo) দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই Save কৰি দিলোঁ চিধা হৃদয়তে মোৰ (হৃদয়তে মোৰ) দেখাপোৱাৰেই পৰা তোমাৰ ছবি মই Save কৰি দিলোঁ লগতেই Phone ত মোৰ (Phone ত মোৰ) কোন সঁৰগৰ পৰা আহিছা বাৰু তুমি কোৱা মোক (yeah, yeah) Friend ক call কৰি সুধিছিলো তোমাৰেই যে নামটো মই (why) তাৰ পিছত কৰিলোঁ search চাৰি ঘণ্টা বিচাৰিছোঁ তোমাক give up মই নাই কৰা (নাই) মনে কলে আৰু request টো দিলোঁ পঠাই (দিলোঁ) তোমাৰ নাম আছিল বেলেগ but মই পালোঁ তোমাক (পালোঁ) Happy থাকিবলে মইযে তোমাকেই চাওঁ তুমি দিয়া মৰম নুহুধিলেও মোকযে ইমান সুখৰ আন এটা defination হলা তুমি সেইবাবে care কৰোঁ তোমাৰেই বহু বেছি (yeah) Protect কৰিম মই তোমাক at any cost (yeah) নাই একো স্বাৰ্থ just মনত আছে love (love) সময় ঘুৰাম কাৰণ তুমিয়েই দিয়া প্ৰেৰণা Over & over মই তোমাৰ বাবে পগলা কোনে জানে হবলে আছে কিযে কালি (yeah) জীয়াইছো মোৰ সময়বোৰো যেন নাই কালি (কালি) সপোনতো মই দেখো তোমাকেই আজি (আজি) Late night তুমি wake company দিও আজি (yeah, yeah) দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই Save কৰি দিলোঁ চিধা হৃদয়তে মোৰ (হৃদয়তে মোৰ) দেখাপোৱাৰেই পৰা তোমাৰ ছবি মই Save কৰি দিলোঁ লগতেই Phone ত মোৰ (Phone ত মোৰ) আগতে আছিলোঁ মই বহু ভাগৰুৱা (yeah, yeah) কিন্তু তুমি হলা জীয়াবলে প্ৰেৰণা (প্ৰেৰণা) Stuck মই আছিলোঁ তুমি ৰাস্তা দিলা (woah) Low মোৰ জীৱন তুমি মোক high ৰাখা (yeah) Feelings বোৰে মোক কৈ থাকে তোমাৰ নাম নকৰোঁ ignore কাৰণ তুমি prior হয় (হয়) I feel myself যেতিয়া তুমি মোৰ কাষত. Overthink কৰি মই পালোঁ কিছু উত্তৰ তোমাৰ হাঁহিৰ বাবে মোৰ জীৱনত পোহৰ (woah) কিছু কথা আছে ৰৈ মোৰ মনৰ মাজত (মাজত) আৰু ৰৈ ৰাখে এনেকে মোৰ মনৰ মাজত (yeah) আৰু ৰৈ থাকিব এনেকে মোৰ মনৰ মাজত (yeah, yeah) দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই Save কৰি দিলোঁ চিধা হৃদয়তে মোৰ (হৃদয়তে মোৰ) দেখাপোৱাৰেই পৰা তোমাৰ ছবি মই Save কৰি দিলোঁ লগতেই Phone ত মোৰ (Phone ত মোৰ)
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:14
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı