d vibe$ tumar sobi şarkı sözleri

Triazo on a beat... Unh Eskimos… এই আকাশত চালে তোমাৰ ছবি আহে মনত (আহে মনত)……. এই আকাশত চালে তোমাৰ ছবি আহে মনত (আহে মনত) ভবা নাই কেতিয়াও এনেকুৱা হব বুলি (বুলি) কোন সৰগৰ পৰা আহিছিলা যে কোৱা তুমি মোক (কোৱা তুমি মোক) স্মৃতি দি গলা যিবোৰ ৰাখিম সাজি চিৰদিনৰ বাৱে (বাবে) চিৰদিনৰ বাবে (বাবে), তুমি থাকিবা সদাই হৃদয়তে তোমাৰ অবিহনে খালি লাগে (খালি লাগে) পাৰ কৰোঁ সময়বোৰ মোক নিজক দি Now সছাকে কবলৈ গলে মোৰ মন যায় গাবলে শুনাব নোৱাৰো তুমি নাই এতিয়া কাষতে লিখিছোঁ গান মই আৰু মই লিখিছোঁ জীৱনী (জীৱনী) এদিন সকলোৰে বাবে মই হৈ যাম কাহিনী (হৈ যাম কাহিনী) মোৰ আছে কিছু limits, but মই cross কৰিম তোমাৰ বাবে (তোমাৰ বাবে) মই নেজানো কি হব আছে, but মই face কৰিম একেৰাহে (একেৰাহে) এই আকাশত চালে তোমাৰ ছবি আহে মনত (আহে মনত) ভবা নাই কেতিয়াও এনেকুৱা হব বুলি (বুলি) কোন সৰগৰ পৰা আহিছিলা যে কোৱা তুমি মোক (কোৱা তুমি মোক) স্মৃতি দি গলা যিবোৰ ৰাখিম সাজি চিৰদিনৰ বাৱে (বাবে) তুমিয়েই আছিল সুখ মোৰ তুমি থাকিলে মই feel কৰোঁ মোক (মোক) সাজিছিলো এখন ঘৰ আমাৰ নিজৰ (নিজৰ) ভাঙিলে ভগৱানে নিলে টানি তোমাক কিয় (তোমাক কিয়) বুজাব পৰা নাই মোক মই দুখত you know হেৰাব কাকুয়ে নাই মোৰ এতিয়া life ত Option নাই মই হবলে লাগিব যে strong (লাগিব যে strong) দৰকাৰ পৰিলে সকলোৰে লগত fight লম (fight লম) Still মোৰ depression and anxiety ৰাতি হলে মোৰ brain যাই ফাটি (why) Then মই লব লাগে medicine daily (daily) Issue ডাঙৰ and মই কেনেক লম easy (easy) এই আকাশত চালে তোমাৰ ছবি আহে মনত (আহে মনত) ভবা নাই কেতিয়াও এনেকুৱা হব বুলি (বুলি) কোন সৰগৰ পৰা আহিছিলা যে কোৱা তুমি মোক (কোৱা তুমি মোক) স্মৃতি দি গলা যিবোৰ ৰাখিম সাজি চিৰদিনৰ বাৱে (বাবে) চিৰদিনৰ বাৱে (চিৰদিনৰ বাৱে)…….
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:37
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı