d vibe$ tumi jen upohar şarkı sözleri
তুমি যেন উপহাৰ হৈ আহিছাঁ
Deep x on the track (yeah)
তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)
তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)
থাকা তুমি মাথোঁ মনৰ মাজতে
Thanks কব বিচাৰোঁ তোমাৰ মা-দেউতাকে (yeah)
যদিহে লগ নেপালো হয় তোমাকে (তোমাকে)
গানবোৰো মই কেনেক বনালো হেঁতেন (woah, woh, woh, woh)
কাৰণ তুমি আৰু মই melody ত (melody ত)
তোমাৰ প্ৰেমতেইযে মই বিলীন (মই বিলীন)
সাজিম ঘৰখনো মহানগৰীত (নগৰীত)
কব আছে তোমাক ভাল পাওঁ বুলি (ভাল পাওঁ বুলি)
মোৰ হাতত সময় আছে কম
But নমৰালৈকে মই ৰম
তুমিযে উশাহ হৈ পৰিছা আৰু এইটো তুমি জানা
কেতিয়া তুমি বুজিবা এবাৰ ঘুৰি মোকতো চাবা
তোমাৰ হবলগীয়া সকলো মৰম তোমাৰ বাবে
তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)
তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)
তুমি মনৰ মাজতেই প্ৰতিপল
হৈ যোৱা মোৰ তুমি চায়া প্রতিক্ষণ (woh)
বিচাৰিছোঁ তোমাকে (তোমাকে), শুনিছাঁনে তুমি (তুমি)
ৰহস্য আছিলোঁ (চিলো), তুমি মোক জানা আজি (আজি)
Underrated হয় মই (হয় মই), কিন্তু কৰোঁ exist (exist)
11th APBN (woh), yes তাই হয় from AP (yeah)
Yes তাই দিয়ে মোক feel (মোক feel)
Yes তাই keeper for real (for real)
নাইদেখা তাইৰ দৰে কতো (কতো)
অ তাই হয় different maybe (woah)
তুলনা নাই তাইৰ কাৰো লগতে (লগতে)
Loyal তাইৰ বাবে নুদেখো আন কাকোকেই (আন কাকোকেই)
মই down আছিলোঁ bad তাই মোক চালে (চালে)
কলে তাই পাৰিবা তুমি সকলোৱেই
তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)
তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)
Yeah, yeah
yeah, মনৰ মাজত
Yeah, yeah, yeah
Ow uh, ow uh