d vibe$ tumi nubuja muk şarkı sözleri

Yeah, yeah, yeah, yeah, yeah, yeah, yeah, yeah, owhhh কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে (Yeah) তুমিযে এতিয়া হৃদয়ৰ মাজতে (Owh) কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে (Yeah) তুমিযে এতিয়া হৃদয়ৰ মাজতে ৰৈ, ৰৈ, ৰৈ, ৰৈ, ৰৈ থাকোঁ (ৰৈ থাকোঁ) জানো তুমি নাহা তথাপিও মই আছোঁ (মই) মই, মই, মই, মই মই বাৰু (মই বাৰু) সকলোৰে দৰে নহয় মই থাকোঁ ভাবনাতে তোমাৰ মন বেয়া হলে গম পাই যাওঁ মোৰ আছে power (Power, yeah) মই জানো তুমি নকৰা share থাকা তুমি কষ্টত (Owh) এদিন সপোন দেখো আৰু এদিন কওঁ তোমাকে যোৱা ৰাতি তুমি আহিছিলা মোৰ সপোনতে (সপোনতে) কওঁ এতিয়া কাহিনীৰ দৰে যেন তুমি মোৰ ৰানী (তুমি মোৰ ৰানী) মই বহু serious হৈ গলোঁ ক্ষমা কৰিবানে তুমি (ক্ষমা কৰিবানে তুমি) কেনেকে (কেনেকে) মই বুজাও তোমাকে (তোমাকে) যদিহে (যদিহে) তুমি নুবুজা মোক (তুমি নুবুজা মোক) কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে তুমিযে এতিয়া হৃদয়ৰ মাজতে কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে তুমিযে এতিয়া হৃদয়ৰ মাজতে হৃদয়ত থকা বাবে সময় লাগে ভাল মোক (Yeah, yeah) নাই presence তোমাৰ মোৰ লগতে, তুমি থাকা সুখী (তুমি থাকা সুখী ) চাব বিচাৰোঁ সেই হাঁহি সদায় যদিহে যাব লগা হয় গুচি মই যাম গৈ গুচি, মই যাম গৈ গুচি চকু মেলিলেই তোমাকেই দেখা পাওঁ বন্ধ কৰিলেই তোমাকেই দেখা পাওঁ (দেখা পাওঁ) সেইবাবে নিজকে কৰি মই lockdown হেৰালোঁ চাবি মই বিচাৰিব মন নাই (মন নাই) No way (No way), মই anti-social (Anti-Social) বেছিকৈ বাৰু মই introvert (Yeah, introvert) কেনেকে (কেনেকে) মই বুজাও তোমাকে (তোমাকে) যদিহে (যদিহে) তুমি নুবুজা মোক (তুমি নুবুজা মোক) কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে তুমিযে এতিয়া হৃদয়ৰ মাজতে কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে (তোমাকে) তুমিযে এতিয়া হৃদয়ৰ মাজতে (হৃদয়ৰ মাজতে) Yeah, yeah Owh, owh Yeah, yeah
Sanatçı: D VIBE$
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:27
Toplam: kayıtlı şarkı sözü
D VIBE$ hakkında bilgi girilmemiş.

Fotoğrafı