d vibe$ upai nai şarkı sözleri
intro
Yea yea yeah yeah yeah yeah
Star you made this
hook
কৰিব আহিছো rule, rule
Portfolio মোৰ good, good
খেলিম মই খেলবোৰ এনেকে
কবলে লাগিব নহয় মই fool
তথাপিও লৰাটো cool, cool
নাইযে attitude মোৰ, মোৰ
যদিহে mess কৰিবলে আহা
দেখাম তোমাক মই বাৰু কোন, কোন
কৰিব আহিছো rule, rule
Portfolio মোৰ good, good
খেলিম মই খেলবোৰ এনেকে
কবলে লাগিব নহয় মই fool, fool
তথাপিও লৰাটো cool, cool
নাইযে attitude মোৰ, মোৰ
যদিহে mess কৰিবলে আহা
দেখাম তোমাক মই বাৰু কোন
verse
দেখাম তোমাক মই বাৰু কোন হয়, কোন হয়
নাম মোৰ D VIBE$, আৰু মই দিও vibes
অন্ধকাৰ জীৱনত আনিছো moonlight
Demons বোৰৰ লগত কৰিছো মই fight
Break thru আনিছো কাৰণ মোৰ lowlife
Normal থাকিব নোৱাৰো no ভায়
Loyalty যত নাথাকে মই তাত নাই
বেয়া পালেও বাৰু মোৰ উপায় নাই
মুখতে হাঁহি and মনতে hate নাই
সেইবাবে লগতে মোৰ কোনো নাই
Move টো কৰিছো যেন মোৰ heart নাই
থাকিলেও use নকৰোঁ cuz time নাই
Use কৰিলেও কতো মোৰ নাম নাই
সঁচা মানুহবোৰৰ পৃথিৱীত দাম নাই
কৈছিলে কিছুমানে তোৰ কাম নাই
bridge
সিহঁতে নেজানে সঁচাকে কোন মই, কোন মই
Yeah
সিহঁতে নেজানে সঁচাকে কোন মই, কোন মই
Yeah
সিহঁতে guess কৰিছে মই কোন হয়, কোন হয়
Yeah
সিহঁতে judge কৰিছে মই কোন হয়
ঘেন্তা care নকৰোঁ সিহঁত কোন হয়
hook
কৰিব আহিছো rule, rule
Portfolio মোৰ good, good
খেলিম মই খেলবোৰ এনেকে
কবলে লাগিব নহয় মই fool, fool
তথাপিও লৰাটো cool, cool
নাইযে attitude মোৰ, মোৰ
যদিহে mess কৰিবলে আহা
দেখাম তোমাক মই বাৰু কোন
কৰিব আহিছো rule, rule
Portfolio মোৰ good, good
খেলিম মই খেলবোৰ এনেকে
কবলে লাগিব নহয় মই fool, fool
তথাপিও লৰাটো cool, cool
নাইযে attitude মোৰ, মোৰ
যদিহে mess কৰিবলে আহা
দেখাম তোমাক মই বাৰু কোন
verse
অকণমান কৰিছো change মোৰ ways
But still এটায়ে goal মোৰ আছে
টোপনি ক্ষতি কৰোঁ আজি লিখিছোঁ
Lucifer এযে মোক guide কৰিছে
666 times মই ভাগৰি পৰিছো
Energy transfer কৰি মোক দিলে
এতিয়া গৈছো বহুত মই crazy
যিমান ভাগৰ আছিল আতৰি গৈছে
bridge
আঁতৰি গৈছে, আঁতৰি গৈছে, আঁতৰি গৈছে
যিমান ভাগৰ আছিল আতৰি গৈছে
দূৰতে গৈছে, দূৰতে গৈছে, দূৰতে গৈছে
যিমান কষ্ট আছিল দূৰতে গৈছে
কিন্তু কিয়যে নাইপোৱা বিচাৰি
লাগিছেটো অলপমান doubt, doubt
পোৱাৰ পিছতো হেৰাব লাগিলে
হৃদয়খন যে হয় fucked up, yeah
কৰিবলে নোৱাৰো মই rush
আগতে মই দেখিছোঁ বহুত
দুৰৰ পৰায়ে কৰিছোঁ observe
দিব বহুতেই বেয়া মই close up
hook
কৰিব আহিছো rule, rule
Portfolio মোৰ good, good
খেলিম মই খেলবোৰ এনেকে
কবলে লাগিব নহয় মই fool, fool
তথাপিও লৰাটো cool, cool
নাইযে attitude মোৰ, মোৰ
যদিহে mess কৰিবলে আহা
দেখাম তোমাক মই বাৰু কোন
কৰিব আহিছো rule, rule
Portfolio মোৰ good, good
খেলিম মই খেলবোৰ এনেকে
কবলে লাগিব নহয় মই fool, fool
তথাপিও লৰাটো cool, cool
নাইযে attitude মোৰ, মোৰ
যদিহে mess কৰিবলে আহা
দেখাম তোমাক মই বাৰু কোন, yeah