o daapun urabatori şarkı sözleri

জীৱন বাটৰ এই হাহাকাৰ বিষাদ ভৰা সমই কিনো দিলা, কিনো ব্যৱহাৰ বিষণ্নতাৰ যুগৰ হাঁহি বোৰে কিনো কৈ যাই চকুজুৰি আস্থা বিলাই নিৰৱতাৰে একুনাত বুকুৰ মৰম বেদনাত লুকাই প্ৰতিখোজে উশৃংখলতাৰ ৰক্তৰ অৱদান মানৱতাৰ এতি উজ্জ্বল কিৰণ আদৰি লৈ আহা আজি, গড়িম সোণোৱালী পৃথিৱী, নালাগে নানান দুখৰে বাতৰি, আজি মছিম বিনাশৰে প্ৰতিচ্ছবি, কিমান শুনিম একেই উৰাবাতৰি । মৌনতাৰ সীমাহীন অভিমান, এটি অবুজ কোলাহল নিৰাশাৰে তৰা সেই মায়াজাল গুচোৱাবৰ সমই হ'ল হেৰুৱা পৃথিৱী, লৈ আহি ঘুৰাহি এছেৰেঙা পোহৰ সাৱটি লৈ আহা প্ৰতিখোজে উশৃংখলতাৰ ৰক্তৰ অৱদান মানৱতাৰ এতি উজ্জ্বল কিৰণ আদৰি লৈ আহা আজি, গড়িম সোণোৱালী পৃথিৱী, নালাগে নানান দুখৰে বাতৰি, আজি মছিম বিনাশৰে প্ৰতিচ্ছবি, কিমান শুনিম একেই উৰাবাতৰি । আজি, গড়িম সোণোৱালী পৃথিৱী, নালাগে নানান দুখৰে বাতৰি, আজি মছিম বিনাশৰে প্ৰতিচ্ছবি, কিমান শুনিম একেই উৰাবাতৰি ।
Sanatçı: O Daapun
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 4:50
Toplam: kayıtlı şarkı sözü
O Daapun hakkında bilgi girilmemiş.

Fotoğrafı