pallab borax rongin pokhila [original] şarkı sözleri
মোৰ হিয়াৰে তুমি ৰঙীন পখিলা
বুকুতে কিনো মায়া সানিলা
মোৰ হিয়াৰে তুমি ৰঙীন পখিলা
বুকুতে কিনো মায়া সানিলা
দুচকুৰে কাজলে কলে মোক
ভালপোৱা নামৰ এটি কবিতা
অ তোলৈ চাই চাই
হেঁপাহ মোৰ নপলাই
কলৈ যাওঁ কি কৰো
লাগি যায়
অ তোলৈ চাই চাই
উশাহ মোৰ বাঢ়ি যায়
তোমালৈ মন মোৰ
উৰি গুছি যায়
জান ঐ জান
কিয় কৰ অভিমান
বুকুতে বৈ আছে
মৰমৰ দিচাং
জান ঐ জান
কিয় কৰ অভিমান
বুকুতে বৈ আছে
মৰমৰ দিচাং
জান ঐ জান
তোলৈ মৰম কিমান
জুখি চালেও
নাপাবি উমান
হাই ঐ হাই হাই
তোৰে চকুলে চাই
ওৰে ৰাতি মোৰ
টোপনি নাই
অ হাই ঐ হাই হাই
দেহা ৰমে ৰমাই
বিচাৰোঁ তোকে
কাষতে সদায়
হাই হাই
তোৰে চকুলে চাই
ওৰে ৰাতি মোৰ
টোপনি নাই
অ তোলৈ চাই চাই
উশাহ মোৰ বাঢ়ি যায়
তোমালৈ মন মোৰ
উৰি গুছি যায়
হাই হাই
তোৰে চকুলে চাই
ওৰে ৰাতি মোৰ
টোপনি নাই
অ তোলৈ চাই চাই
উশাহ মোৰ বাঢ়ি যায়
তোমালৈ মন মোৰ
উৰি গুছি যায়

